চোনম কাপুৰৰ ভিন্ন বেণী গুঠা হেয়াৰ ষ্টাইল

Sentinel Digital Desk

বেণীৰ প্ৰতি চোনম কাপুৰৰ আসক্ত সেইদিনা অন্ত পৰিব, যেতিয়া কোনোবাই ক'লাতকৈ বেছি ডাঠ ৰঙৰ উদ্ভাৱন কৰিব ।

চুলিৰ মাজ ভাগত পৰা সেওঁতা ফালি, তললৈ বেণী গুঠা এই আকৰ্ষণীয় ষ্টাইলে বহ' চিক লুকক সম্পূৰ্ণ কৰি তোলে ।

ঠিক একেই উদ্দেশ্য সাধন কৰে ফেশ্বনেবল ব'ল্ড ড্ৰেছ সমূহৰ লগত দীঘলকৈ গুঠা সুন্দৰ বেণীয়ে।

সূৰ্য্যৰ ৰশ্মি পৰক বা নপৰক, যিকোনো সাঁজৰ সৈতে জিলিকি উঠে তেওঁৰ সুন্দৰ বেণী।

তেওঁৰ মেছি বেণী হৈছে একমাত্ৰ জঞ্জাল যা'ক আমি নিজৰ জীৱনত পাবৰ বাবে হাহাকাৰ কৰোঁ।

তেওঁ যিয়েই সাঁজ পৰিধান নকৰক কিয়, তেওঁৰ শিৰৰ শুভ সদায়ে বৰ্ধন কৰে সুন্দৰ বেণীয়ে।

বা বেণীৰ সৈতে তৈয়াৰ কৰা এটি আকৰ্ষণীয় খোপাৰে।

সুন্দৰ বেণীৰ সৈতে চোনম কাপুৰৰ প্ৰেম সম্পৰ্ক দীৰ্ঘদিনীয়া।

সুন্দৰ বেণীৰ সৈতে চোনম কাপুৰৰ প্ৰেম সম্পৰ্ক দীৰ্ঘদিনীয়া।

Explore