২০২১লৈ উভতি চাওঁঃ দৰ্শকৰ হৃদয় স্পৰ্শ কৰা গীত-নৃত্যঃ

Sentinel Digital Desk

চাকা চকঃ

ছাৰা আলী খান অভিনীত মুক্তিৰ অপেক্ষাত থকা “আতৰাংগী হ্যে’’ ছবিৰ গীতটিয়ে অগনন শ্ৰোতাৰ মনজয় কৰিবলৈ সক্ষম হৈছে ৷

পৰম সুন্দৰীঃ

“ পৰম সুন্দৰী’ গীতটি হৈছে কীৰ্তি ছান’ন অভিনীত ছবি “ মিমি"ৰ ৷ এই গীতটি ছুপাৰহিট হৈছে ৷

কুছু কুছুঃ

ন’ৰা ফাতেহী অভিনীত ছবিৰ এই গীতটিত অভিনেত্ৰীগৰাকীৰ ৰুচিশীলতা ফুটি উঠিছে ৷

নদীয়াঁও পৰঃ

এই গীতটি হৈছে “ লে’ট দ্য মিউজিক প্লে’ৰ ৰি-মেক ৷ গীতটিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ এই ছবিত জান্হৱী কাপুৰে অভিনয় কৰিছে ৷

জালিমা ক’কা ক’লাঃ

ন’ৰা ফাটেহীৰ এই গীতে প্ৰচুৰ আকৰ্ষণীয় হৈ উঠিছে ৷ ফলস্বৰূপে ই উল্লেখনীয় নৃত্য-গীতত পৰিণত হৈছে।

হৰফন মৌলাঃ

আমিৰ খান আৰু এলি অৱৰাম অভিনীত এই ছবিৰ গীতটি অতি উৎকৃষ্ট নৃত্য-গীতত পৰিণত হৈছে ৷ ইয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছে ৷

পানী পানীঃ

এই গীত হৈছে জেকুলিন ফাৰ্ণাণ্ডেজ অভিনীত ছবি “বাদশ্বাহ”-ৰ গীত ৷ আস্থা গীলৰ এই গীত অতি হিট হৈছে ৷

নাচ’ নাচ’

এই গীত হৈছে মুক্তিৰ অপেক্ষাত থকা ছবি “ আৰ আৰ আৰ’’-ৰ গীত। এই গীতত ভূমুকি মাৰিছে ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰে ৷