২০২১লৈ উভতি চাওঁঃ দৰ্শকৰ হৃদয় স্পৰ্শ কৰা গীত-নৃত্যঃ

Sentinel Digital Desk

পৰম সুন্দৰীঃ

“ পৰম সুন্দৰী’ গীতটি হৈছে কীৰ্তি ছান’ন অভিনীত ছবি “ মিমি"ৰ ৷ এই গীতটি ছুপাৰহিট হৈছে ৷

কুছু কুছুঃ

ন’ৰা ফাতেহী অভিনীত ছবিৰ এই গীতটিত অভিনেত্ৰীগৰাকীৰ ৰুচিশীলতা ফুটি উঠিছে ৷

নদীয়াঁও পৰঃ

এই গীতটি হৈছে “ লে’ট দ্য মিউজিক প্লে’ৰ ৰি-মেক ৷ গীতটিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ এই ছবিত জান্হৱী কাপুৰে অভিনয় কৰিছে ৷

হৰফন মৌলাঃ

আমিৰ খান আৰু এলি অৱৰাম অভিনীত এই ছবিৰ গীতটি অতি উৎকৃষ্ট নৃত্য-গীতত পৰিণত হৈছে ৷ ইয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছে ৷

নাচ’ নাচ’

এই গীত হৈছে মুক্তিৰ অপেক্ষাত থকা ছবি “ আৰ আৰ আৰ’’-ৰ গীত। এই গীতত ভূমুকি মাৰিছে ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰে ৷