আমিৰ আলি আৰু সঞ্জীদা চেইখৰ সম্পৰ্কলৈ এভূমুকি

Sentinel Digital Desk

বিবাহ

৭বছৰৰ দীৰ্ঘ প্ৰেমৰ সম্পৰ্কৰ অন্তত, ২০১১ চনত বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ আলি আৰু সঞ্জীদা চেইখ

আদৰৰ যোৰা

দূৰদৰ্শন জগতৰ অন্যতম জনপ্ৰিয় যোৰা আছিল আমিৰ আলি আৰু সঞ্জীদা চেইখ। দুয়োকে বহু সময়ত বিভিন্ন শ্ব'ত একেলগে প্ৰত্যক্ষ কৰা হৈছিল

নাচ বলিয়ে

২০০৭চনত নাচ বলিয়েত অংশগ্ৰহণ কৰি, বিজয়ৰ পুৰস্কাৰ ঘৰলৈ নিছিল যোৰাটিয়ে। আৰু ইয়াৰ পাছতেই দুয়োৰে নাম জনপ্ৰিয়তাৰ শীৰ্ষলৈ আহিছিল

দেৱ শিশু

২০১৯ চনত চেৰগেচিৰ দ্বাৰা দুয়োৰে জীৱনলৈ আহে এটি দেৱ শিশু, যাৰ নাম তেওঁলোকে ৰাখে আয়ৰা

বাতৰিৰ শিৰোনামত

২০২০ চনত প্ৰকাশ পায় যে দুয়োৰে সম্বন্ধত কিছু সমস্যা আহি পৰিছে, অৱশ্যে এই সম্পৰ্কত কোনো ধৰণৰ প্ৰমাণ প্ৰত্যক্ষ নহয়

চছিয়েল মিডিয়া

বিবাহৰ বান্ধোন ডাল কিছু ঢিলা হৈ পৰাৰ লগে লগে দুয়ো গৰাকী তাৰকাই চছিয়েল মিডিয়াৰ পৰা এজনে আনজনৰ ফটো সমূহ আঁতৰাই দিয়ে, আৰু লগতে এজনে আনজনক অনুসৰণ কৰা বন্ধ কৰে

পৃথক পথ

পৃথক হোৱা কিছু মাহৰ পাছত আমিৰ আৰু সঞ্জীদাই এজনে আনজনৰ পৰা তালাক লোৱাৰ তথ্য পোহৰলৈ আহে

ব্যক্তিগত জীৱন

অৱশ্যে, দুয়োগৰাকী তাৰকাই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে গোপনীয়তা বজাই ৰখা গুৰুত্বপূৰ্ণ বুলি ভাৱে, আৰু নিজৰ সম্পৰ্কৰ বিষয়ে কোনো ধৰণৰ তথ্য প্ৰকাশ নকৰে

শিশুটিৰ জিম্মা

কণমানি আয়ৰাৰ বয়সৰ প্ৰতি চকু ৰাখি তাইৰ জিম্মা প্ৰেৰণ কৰা হয় মাতৃ সঞ্জীদা লৈ

Explore