ভাৰতত পোৱা সৰ্বশ্ৰেষ্ঠ বৈদ্যুতিক স্কুটাৰ

Sentinel Digital Desk

এথাৰ ৪৫০ এক্সঃ

এই স্কুটাৰৰ মূল্যঃ ১, ৪৪, ৫০০ টকা, ৰেঞ্জঃ ১১৬ কিলোমিটাৰ ৷ সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ ৷ চাৰ্জৰ সময়ঃ ৫.৪৫ ঘণ্টা ৷ ফীচাৰঃ দুখন ডিস্কৰ ব্ৰেক, ৰিভাৰ্চ এছিষ্ট, নেভিগেচন এছিষ্ট ৷

অ’লা এছ-১ঃ

মূল্যঃ ৯৯, ৯৯৯ টকা, ৰেঞ্জঃ ১২১ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৫ ঘণ্টা, ফীচাৰসমূহঃ প্ৰক্সিমিটী ছেন্সৰ, ৰিভাৰ্চ মুড, টাচ্ছ ডিছপ্লে ৷

অ’লা এছ-১ প্ৰ :

মূল্যঃ ১, ২৯, ৯৯৯টকা, ৰেঞ্জঃ ১২১ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ১১৫ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৬-৩০ ঘণ্টা, ফীচাৰসমূহঃ ক্ৰুইজ কণ্ট্ৰ’ল, ভইচ এছিষ্টেন্স, টাচ্ছ ডিছপ্লে ৷

টি ভি এছ আইকিউব ইলেকট্ৰিকঃ

মূল্যঃ ৯০, ০০০ টকা, ৰেঞ্জঃ ৭৫ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ৭৮ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৭ ঘণ্টা ৷ ফীচাৰসমূহঃ ৰিম’ট চাৰ্জ ষ্টেটাছ, জিঅ’ ফেন্সিং, নেভিগেচন এছিষ্ট ৷

বাজাজ চেটকঃ

মূল্যঃ ১, ৪১, ৪০০ টকা, ৰেঞ্জঃ ৯৫ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৫ ঘণ্টা, ফীচাৰসমূহঃ কুইক চাৰ্জিং, তীখাৰ বডী, আই পি ৬৭ ৰেটিং ৷

হিৰো ইলেক্ট্ৰিক ফট’নঃ

মূল্যঃ ৭৪, ২৪০ টকা, ৰেঞ্জঃ ১০৮ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ৪৫ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৫ ঘণ্টা, ফীচাৰসমূহঃ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, টেলিস্কোপিক ছাছপেঞ্চন, এলই হুইল ৷

হিৰো অপ্টিমা এইচ এক্স ( ছিংগল বেটাৰী)

মূল্যঃ ৫৫, ৫৮০ টকা, ৰেঞ্জঃ ৮২ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ৪২ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৪.৫ ঘন্টা, ফীচাৰসমূহঃ এল’য় হুইল, পৰ্টেবল বেটাৰী, ডিজিটেল ইনষ্ট্ৰুমেণ্ট৷

আম্পায়াৰ ৪৮:

মূল্যঃ ৪০ হেজাৰ টকা, ৰেঞ্জঃ ৬০ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ২৫ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৮-১০ ঘণ্টা, ফীচাৰসমূহঃ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এল’য় হুইলছ, টিউবলেছ টায়াৰ ৷

ডেটেল ই ভি প্লাছঃ

মূল্যঃ ৪৪, ৯৯০ টকা, ৰেঞ্জঃ ৬০ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ প্ৰতি ঘণ্টাত ২৫ কিলোমিটাৰ, সৰ্বোচ্চ বেগঃ ২৫ কিলোমিটাৰ, চাৰ্জৰ বাবে প্ৰয়োজনীয় সময়ঃ ৫-৬ ঘণ্টা , ফীচাৰসমূহঃ এল’য় হুইল, টিউবলেছ টায়াৰ, পুছ বাটন ষ্টাৰ্ট ৷