তেচলাৰ বাণিজ্য আৰ্হি আৰু ই কেনেদৰে ধন উপাৰ্জন কৰে

Sentinel Digital Desk

সমগ্ৰ বিশ্বজুৰি বৰ্তমান সময়ত তেচলা এটি জনপ্ৰিয় কাৰ কোম্পানী। ইয়াৰ মাৰ্কেট পুঁজিয়ে পাৰ কৰিছে প্ৰায় $১ ট্ৰিলিয়ন টকা।

ইয়াৰ পাছত ১০টা আন বিখ্যাত কাৰ কোম্পানী হৈছে, ফৰ্ড; হোণ্ডা; ভল্ক্সৱাগণ; টয়তা; বি এম দাব্লিউ। এই ১০টা কোম্পানীৰ পুঁজি একত্ৰিত কৰিলে ইয়াৰ সমানতা হয় তেচলাৰ সৈতে।

তেচলা ৪টা জনপ্ৰিয় আৰ্হি হৈছে:

মডেল এছ, মডেল ৩, মডেল এক্স, মডেল ৱাই

তেচলাই সকলোৱে চিনাকী কৰিছে গিগাফেক্টৰীৰ বিকল্পৰ সৈতে, এই স্থানত তেওঁলোকে বৃহৎ উদ্যোগ স্থাপন কৰিছে বেটাৰি উৎপাদনৰ হেতু, যাৰ সহায়ত হ্ৰাস কৰিব পৰা যাব কাৰ সমূহৰ মূল্য

তেচলাৰ ৰাজহৰ উৎস

১. অট'মটিভ ২. চাৰ্ভিচিং ৩. শক্তি ব্যৱসায়

তেচলা পাৱাৰৱাল

এই পাৱাৰৱাল নিৰ্মাণ কৰা হৈছে শক্তিৰ নবীকৰণীয় প্ৰকল্পৰ হেতু

সবাটোতকৈ ব্যয়বহুল তেচলা মডেল এক্স $৯৯,০০০ মডেল এছ $৯০,০০০ মডেল ৱাই $৫৫,০০০ মডেল ৩, সবাটোতকৈ বেছি বিক্ৰী হোৱা কম মূল্যৰ তেচলা কাৰ $৪২,০০০

তেচলাৰ গৱেষণা আৰু উন্নয়নৰ বাবে ব্যয় কৰা পুঁজিৰ সংখ্যা আন কাৰ কোম্পানী সমূহৰ তিনি গুণ। বৰ্তমান সময়ত তেচলাৰ সৰ্বমুঠ ৬টা গিগাফেক্টৰী আছে। ৪টা সক্ৰিয় আৰু বাকী ২টা নিৰ্মাণ অৱস্থাত