Sentinel Digital Desk
হালধীয়া লেহেংগা আৰু গুলপীয়া চুৰ্ণী পৰিধান কৰা নুপূৰ চেণনৰ সৌন্দৰ্য্য বৰ্ণন কৰিব পাৰি সাইলাখ সুৰ্য্যমূখিৰ দৰে
তেওঁক দেখিবলৈ পোৱা গৈছে পাতল গুলপীয়া কুৰ্টি আৰু ৰূপালী বৰণৰ কাণফুলি পৰিধান কৰা
লেভেণ্ডাৰ সপোন
বগা ছাৰাৰা পেণ্ট আৰু তাৰ সৈতে মিলা বগা, ষ্টাইলিছ হাতৰ টপেৰে সুন্দৰী নুপূৰ
ব্ৰকেড লেহেঙ্গা আৰু নেটৰ চুৰ্ণীৰে, বিবাহ স্থলী সজাই তুলিবলৈ সাজু নুপূৰ
চিকানকাৰিৰ প্ৰতি নিজৰ প্ৰেম দৰ্শাইছে নীলা কুৰ্টি, বগা চুৰ্ণী আৰু ষ্টেটমেন্ত বেগেৰে
কাটআউট সীমান্তৰ সৈতে বেঙুনীয়া সাজ যুৰে দেখাত অতিকৈ শুৱনি কৰি তুলিছে নুপূৰ চেণনক
সোণালী ৰঙৰ শাৰী, আৰু কমৰবন্ধ বেল্টৰ সৈতে দেখাত অতিকৈ আকৰ্ষণীয় অভিনেত্ৰী গৰাকী
নীলা ছাৰাৰা সাজ, আৰু তাৰ লগত মিলা চুৰ্ণীৰ সৈতে অতি সুন্দৰ দেখাইছে নুপূৰ চেণনক