কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

সমাজৰ দুৰ্বল শ্ৰেণীৰ প্ৰতি আপুনি প্ৰেম আৰু সহানুভূতি প্ৰদৰ্শন কৰিবলৈ লব। আপুনি আচাৰ-আচৰণত দয়ালু, ভদ্ৰ আৰু মাৰ্জিত হব। দৰিদ্ৰ ব্যক্তিক সহায় কৰিবলৈ আপুনি বিচাৰিব। তদুপৰি আপুনি কোনো বিখ্যাত ধৰ্নীয় গুৰুৰ প্ৰতি আকৰ্ষিত হব আৰু জীৱনৰ জটিলতাৰ কাৰণ জানিবলৈ বিচাৰিব। আপুনি ধৰ্মীয় স্থানো দৰ্শন কৰিব।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com