Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩০ জুলাই, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩০ জুলাই, শুকুৰবাৰ, ২০২১)

RaktimBy : Raktim

  |  30 July 2021 4:13 AM GMT

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

অত্যধিক ত্যাগে আপোনাৰ কেৱল সময়েই নহয়, আপোনাক ভাগৰুৱাও কৰি তুলিব। আপুনি প্ৰেমৰ সম্পৰ্কক গুৰুত্ব দিয়াৰ প্ৰয়োজন। ইচ্ছাশক্তিৰ বলত আপুনি সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনাৰ শত্ৰুৱে আপোনাৰ কোনো ক্ষতি কৰিব আপোনাৰ বাবে এই দিনবোৰ জ্ঞানবৰ্ধক দিন। আপুনি আনৰ পৰা উপকাৰ পাব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি আধিপত্য বিস্তাৰ কৰিব বিচাৰিব আৰু এজনতকৈ অধিক ব্যক্তিৰ সংগ উপভোগ কৰিব । আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আপোনাৰ প্ৰতি মানুহক আকৰ্ষণ কৰিব। আপুনি চাকৰিত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। আপুনি ঘৰৰ বাবে কোনো নতুন সামগ্ৰী ক্ৰয়ৰ সুযোগ পাব। আপুনি নিজৰ লক্ষ্যত দৃষ্টি ৰাখিব আৰু সফলতা অৰ্জন কৰিব। আপোনাৰ জনপ্ৰিয়তা, নাম আৰু যশস্যা বৃদ্ধি পাব।

মিথুন ( ২২ মে-২১ জুন)

আপুনি সঠিক পথত থাকি বহুখিনি অৰ্জন কৰিব আৰু জীৱন পুনৰ উপভোগ কৰিব। উন্নত বুজাৈবুজিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ কৰি তুলিব। আপুনি কোনো পুৰস্কাৰ জয় কৰিবলৈ সক্ষম হব। আপুনি শক্তি-দৃঢ়তাৰ উত্স হব। আপুনি নতুন ব্যৱসায় বা জীৱিকাৰ পথৰ সন্ধান লাভ কৰিব। আপুনি এনে সুযোগ গ্ৰহণ কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

দীৰ্ঘদিনৰ পাছত আপুনি প্ৰকৃত প্ৰেমৰ সোৱাদ পাব পাৰে। আপুনি মনে বিচৰা ব্যক্তিজন পাবলৈ সক্ষম হব। পতি-পত্নীৰ ইজনে সিজনৰ অনুভৱ বুজি পাবলৈ সক্ষম হব আৰু পৰস্পৰে পৰস্পৰক সহায় কৰিব। লাভ অৰ্জনৰ বাবে আপুনি ভিন্ন পৰিকল্পনা কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যক্তিগত জীৱনত আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় উপস্থিত হৈছে। আপুনি উজ্জীৱিত অনুভৱ কৰিব ।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি কামত উন্নতি সাধন কৰিব। আপুনি পৰিয়ালৰ সৈতে ব্যস্ত হব। এটা ভাল খবৰে আপোনাক সুখী কৰিব। আপুনি চাকৰিত পদোন্নতি লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যক্তিগত জীৱনত আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় উপস্থিত হৈছে। আপুনি উজ্জীৱিত অনুভৱ কৰিব । আপোনাৰ ঘৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বাসস্থানৰ পৰা বাহিৰলৈ ফুৰিবলৈ যাবলৈ বিচাৰিব ।সংগীৰ সৈতে আপোনাৰ বান্ধোন উন্নত হব। আপোনাৰ জীৱনশৈলীলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপুনি সক্ষম হব। কাৰোবাৰ পৰা পাবলগীয়া ধন আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

সংযোগৰ অভাৱে আপোনাৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। । শক্তিশালী ইচ্ছাশক্তিৰ বলত আপুনি আগবাঢ়ি যাব। এই সময়চোৱা আপোনাৰ বাবে অনুকূল। আপুনি দৃষ্টিভংগীৰ জৰিয়তে উৰ্ধতন মুৰব্বীৰ আস্থা অৰ্জন কৰিব। আপুনি মানসিক শান্তিত থাকিব। আপোনাৰ কাম-কাজৰ গতি বৃদ্ধি পাব। আপুনি নিজৰ মানুহৰ সংগত থাকিব আৰু সজীৱ অনুভৱ কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কামত অতিৰিক্ত দায়িত্ব লাভ কৰিব। আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ দীৰ্ঘদিনীয়া উত্কণ্ঠা-উদ্বিগন্তা দূৰ হব। আপুনি আজি বন্ধুবৰ্গৰ সৈতে হোটেল বা ৰেস্তোঁৰাত আহাৰ গ্ৰহণ কৰিব। আপুনি সম্পৰ্কীয় ব্যক্তি আৰু বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হব। আপুনি কোনো উচ্চপদস্থ বিষয়াক লগ পাব পাৰে, যিয়ে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি এটা সুখানুভূতিৰে পূৰ্ণ দিনৰ দিশে অগ্ৰসৰ হৈছে। আপোনাৰ জীৱনশৈলীলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপুনি সক্ষম হব। কাৰোবাৰ পৰা পাবলগীয়া ধন আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ উৰ্ধতন মুৰব্বী আৰু সহকৰ্মীৰ লগত সু-সম্পৰ্ক ধৰি ৰাখিব। আপোনাৰ দিন ভাললৈ আহিব। অনেক প্ৰভাৱশালী ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰেক্টিকেল হব। আপোনাৰ সন্মানো বৃদ্ধি পাব। আপোনাৰ বাবে ইতিবাচক কাম সমাধা হব। আপুনি নতুন বন্ধুত্ব গঢ়াত আগ্ৰহী হব। অপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী আৰু সুস্থিৰ হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা কিবা সহায় বিচাৰি বিমুখ হবলগা হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হোৱাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে প্ৰচুৰ ধন খৰচ কৰিব। আপুনি আন্তৰিকতাৰে আপোনাৰ কাম সম্পূৰ্ণ কৰিব। আপোনাৰ বাবে সময় অনুকূল। অপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আজিৰ দিনটো পৰিয়ালৰ কথা চিন্তা কৰিয়েই পাৰ কৰিব। অৱশ্যে আপুনি পৰৱৰ্তী সময়ত পৰিয়ালৰ সদস্যবৰ্গৰ লগত সুন্দৰ সময় অতিবাহিত কৰাৰ থল পাব। আপুনি বিত্তীয় দিশত অধিক শক্তিশালী হব। আপুনি ধন-সম্পত্তি, শ্বেয়াৰত কৰা বিনিয়োগৰ ধন আৰু উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰিব। আপুনি পিতৃ-মাতৃৰ সৈতে আজৰি সময় কটাব।

Next Story
চাকৰি