Begin typing your search above and press return to search.
গাঁওপ্ৰধান নিযুক্তিৰ বাবে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ আবেদন আহ্বান
এই বিষয়ে তলত অধিক তথ্য পাব।

নগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ে গাঁওপ্ৰধান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৮২টা।
ৰাজহচক্ৰঃ নগাঁও সদৰ, ৰহা, কামৰূপ, চামগুৰি, ৰূপহী আৰু কলিয়াবৰ।
দৰমহাঃ নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ নিয়মাৱলী অনুসৰি।
আবেদন গ্ৰহণৰ সেষ তাৰিখঃ ০৫-১০-২০২১।
বয়সৰ সীমা-৩০ বছৰ।
নিযুক্তিৰ স্থানঃ নগাঁও জিলা।
সংশ্লিষ্ট ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত অহা ০৫ অক্টোবৰলৈকে আবেদন গ্ৰহণ কৰা হব।
Next Story