Begin typing your search above and press return to search.
ধুবুৰীৰ আইন সেৱাসমূহৰ প্ৰাধিকাৰীত সমন্বয়কৰ পদখালী
ধুবুৰী জিলা আইন সেৱাসমূহৰ প্ৰাধিকাৰী(DLSA)য়ে নিম্নোক্ত সমন্বয়ক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ Front Office Coordinator।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বি এ / বি এছ চি বা বি কম ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি MS Office, Internet & Email-ত দক্ষতাসহ কম্পিউটাৰৰ ন্যূনতম ছমহীয়া ডিপ্লমা থাকিব লাগিব।
বয়সৰ সীমাঃ ৪৩ বছৰ।
দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।
আেবদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৭-২০২১।
নিযুক্তিৰ স্থানঃ ধুবুৰী।
ৱেবছাইটঃ http://dhubrijudiciary.gov.in/।
আবেদনপ নিয়মঃ অফলাইন। আবেদন অহা ২৮ জুলাইৰ ভিতৰত পোৱাকৈ ২ কপি পাছপোৰ্ট আকাৰৰ ফটোৰ লগতে শৈক্ষিক অৰ্হতা, কম্পিউটাৰৰ ডিপ্লোমা, বয়স আদিৰ প্ৰমাণপত্ৰৰ কপি Office of the District Legal Services Authority (DLSA) Dhubri, Top Floor, DC's Court Building, Dhubri এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
Next Story