Begin typing your search above and press return to search.

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিত্সা বিষয়া নিযুক্তি

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে নিম্নোক্ত চিকিত্সা বিষয়া পদত নিযুক্তিৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিত্সা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-06-25T13:20:25+05:30

পদঃ চিকিত্সা বিষয়া(পেলিয়েটিভ কেয়াৰ)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত এম বি বি এছ/বিডিএছ হব লাগিব। তদুপৰি পেলিয়েটিভ মেডিচিনত এবছৰৰ কৰ্ম-অভিজ্ঞতা বিচৰা হব পাৰে।

দৰমহাঃ মাহিলী ৪০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৭-২০২১।

বয়সৰ সীমাঃ ৪৫ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

চিকিত্সা বিষয়া(দন্ত)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্য়ালয়ৰ অধীনত বিডিএছ কৰা হব লাগিব আৰু ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ৪০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৭-২০২১।

বয়সৰ সীমাঃ ৪৫ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

সাক্ষাতকাৰঃ অহা ৭ জুলাইৰ পুৱা ১০বজাৰ পৰা ১১বজালৈ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে বায়োডাটা আৰু শৈক্ষিক অৰ্হতা, বয়স আদিৰ মূল প্ৰমাণপত্ৰ লগত আনিব লাগিব।

সবিশেষ চাবলৈ ইয়াত ক্লিক কৰক।

Next Story