Begin typing your search above and press return to search.

ডি এম আৰ চি নিযুক্তি ২০২২ - সাধাৰণ ব্যৱস্থাপকৰ পদ খালী

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত পৰিচালনা ব্যৱস্থাপকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচাৰিছে

ডি এম আৰ চি নিযুক্তি ২০২২ - সাধাৰণ ব্যৱস্থাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 12:54 PM GMT

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড :

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড হৈছে এটি কেন্দ্ৰীয় - ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কোম্পানী, যাৰ অধীনত পৰিচালনা কৰা হয় দিল্লী মেট্ৰো সমূহক। এই কোম্পানীৰ অধীনত নিয়ন্ত্ৰণ কৰা হয় ভাৰত তথা বিদেশৰ মেট্ৰো ৰেল, মন'ৰেল আৰু উচ্চ গতিবেগৰ ৰেল সমূহৰ প্ৰকল্প সমূহৰ পৰিকল্পনা আৰু ইয়াৰ ৰূপায়ন কাৰ্য্যসূচী। দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড অধীনৰ কাম সমূহক প্ৰধান কৈ বিভক্ত কৰা হয় বিভিন্ন ভাগত - প্ৰকল্প, অপাৰেশ্যন আৰু তত্বাৱধান, পুঁজি, মানৱ সম্পদ আদি। এই ভাগ সমূহ পৰিচালনা কৰে পৰিচালনা সঞ্চালকৰ আদেশ অনুসৰি প্ৰতিটো ভাগৰ অধীনত নিযুক্তি প্ৰদান কৰা সঞ্চালক সকলে।

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড প্ৰতিস্থাপন কৰা হৈছিল ৩মে ১৯৯৫ তাৰিখে। এই কৰ্পৰেচনৰ প্ৰথম গৰাকী পৰিচালনা সঞ্চালক আছিল ই. শ্ৰীধৰণ। নিজৰ দীৰ্ঘ দিনীয়া সেৱাৰ অন্তিম ৩১ ডিচেম্বৰ ২০১১ তাৰিখে শ্ৰীধৰণে, দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত পৰিচালনা সঞ্চালকৰ পদ অৰ্পণ কৰে মঙ্গু সিংলৈ।


দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত পদ খালী :

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত শেহতীয়া ভাৱে পৰিচালনা ব্যৱস্থাপকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

পৰিচালনা ব্যৱস্থাপক

খালী পদ

০১

দৰমহা

৩৭,৪০০ - ৬৭,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

নতুন দিল্লী

বয়স

ইচ্ছুক প্ৰাৰ্থীৰ অধিকতম বয়স ৫৫বছৰ হ'ব লাগিব

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

অন্তিম তাৰিখ

০৭ জানুৱাৰী ২০২২

ৱেবছাইট

delhimetrorail.com



শিক্ষাগত অৰ্হতা:

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডৰ অফিচিয়েল অধিসূচনা অনুসৰি

অভিজ্ঞতা :

ইচ্ছুক প্ৰাৰ্থীৰ অপাৰেশ্যন/ ট্ৰেফিক নিয়মৰ সৈতে কৰ্ম অভিজ্ঞতা থাকিব লাগিব, ইয়াৰ লগতে কম্পিউটাৰ জ্ঞান থাকিব লাগিব।


তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট delhimetrorail.com লৈ যাওঁক

• DMRC কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে সাধাৰণ ব্যৱস্থাপকৰ চাকৰিৰ আৱেদন পত্ৰ সংগ্ৰহ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল জমা কৰক (যদিহে প্ৰযোজ্য) আৰু অন্তিম তাৰিখ ০৭ জানুৱাৰী ২০২২ৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক

• ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক


আৰু পঢ়ক : এম এল চি ইউ নিযুক্তি ২০২ - ০৫ সহকাৰী অধ্যাপকৰ পদ খালী



Next Story
চাকৰি