চোৰাংচোৱা সংস্থাত উপ-সঞ্চালক, অতিৰিক্ত উপ-সঞ্চালকৰ পদখালী

চোৰাংচোৱা সংস্থা(আই বি)-ই নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চোৰাংচোৱা সংস্থাত উপ-সঞ্চালক, অতিৰিক্ত উপ-সঞ্চালকৰ পদখালী

পদসমূহঃ

উপ-সঞ্চালক

খালী পদৰ সংখ্যাঃ ০৪টা।

দৰমহাঃ ১,৩১,১০০টকাৰ পৰা ২,১৬,৬০০টকা।

অৰ্হতাঃ প্ৰাৰ্থী কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয়শাসিত প্ৰশাসনৰ বিষয়া হব লাগিব। ভাৰতীয় আৰক্ষী সেৱাক বাদ দি আন সৰ্বভাৰতীয় সেৱাৰ বিষয়া। কেদাৰ বা বিভাগত সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

শিক্ষাগত অৰ্হতাঃ i) স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী।

চোৰাংচোৱাৰ কামত পাঁচ বছৰৰ অভিজ্ঞতা। উচ্চ পৰ্যায়ৰ সততা থাকিব লাগিব। চাৰিশ বিষয়াক পৰিচালনা কৰাৰ দক্ষতা বিচৰা হব পাৰে।

অতিৰিক্ত উপ-সঞ্চালক

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ১,২৩,১০০টকাৰ পৰা ২,১৫,৯০০টকা।

অৰ্হতাঃ প্ৰাৰ্থী সৰ্বভাৰতীয় সেৱাৰ বিষয়া বা কেন্দ্ৰীয় সেৱাৰ গ্ৰুপ-এ বিষয়া হব লাগিব। অথবা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয়শাসিত প্ৰশাসনৰ বিষয়া হব লাগিব। কেদাৰ বা বিভাগত সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

বয়সৰ সীমাঃ ৫৬ বছৰ।

আবেদন প্ৰক্ৰিয়াঃ অফলাইন/অনলাইন।

আবেদন গ্ৰহণৰ শে্ষ তাৰিখঃ ১১-০৮-২০২১।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

ৱেবছাইটঃ Website mha.gov.in

কাৰ্যালয়ৰ ঠিকনাঃ Address: Joint Deputy Director/G, Intelligence Bureau, Ministry of Home Affairs, 35 S P Marg, Bapu Dham, New Delhi-110021.

আবেদনৰ নিয়মঃ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। অন্যথা আবেদন গ্ৰহণ কৰা নহব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com