Begin typing your search above and press return to search.

মণিপুৰৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউটত স্বাস্থ্যকৰ্মীৰ পদখালী

মণিপুৰৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছে নিম্নোক্ত স্বাস্থ্যকৰ্মী পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

মণিপুৰৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউটত স্বাস্থ্যকৰ্মীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2021 12:18 PM GMT

পদসমূহঃ

ষ্টাফ নাৰ্ছ, খালী পদৰ সংখ্যাঃ ৫৩টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পঞ্জীয়নকৃত নাৰ্ছ বা বি এছ চি(নাৰ্ছিং) হ'ব লাগিব।

অ' টি টেকনিচিয়ান, খালী পদৰ সংখ্যাঃ ০৪টা।

শিক্ষাগত অৰ্হতাঃ জীৱবিজ্ঞানসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ । স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অ টি টেকনিচিয়ান পাঠ্যক্ৰমৰ ডিপ্লমা থাকিব লাগিব। অ টি টেকনিচিয়ানৰূপে কাম কৰাৰ ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

চিচি এছডি টেকনিকেল সহায়ক, খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি এছ চি হব লাগিব। স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা Central Sterilization Room Assistant- পাঠ্যক্ৰমৰ শিক্ষাগ্ৰহণ কৰা হব লাগিব। তদুপৰি ০ৰ পৰা ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

ছুইাপাৰঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দশম শ্ৰেণী উত্তীৰ্ণ।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

আবেদনৰ মাচুলঃ ১০০টকা।

নিযুক্তিৰ স্থানঃ ইম্ফল।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৬-২০২১।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

বয়সৰ সীমাঃ ৩৮ বছৰ।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰসহ nims.2020@gmail.com"লৈ নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন জনাব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি