Begin typing your search above and press return to search.

এন আই এছ জিত জ্যেষ্ঠ কনছালটেণ্টৰ প্ৰয়োজন

নেচনেল ইনষ্টিটিউট ফৰ স্মাৰ্ট গৱৰ্ণমেণ্টে জেষ্ঠ কনছালটেণ্ট নিযুক্তিৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে।

এন আই এছ জিত জ্যেষ্ঠ কনছালটেণ্টৰ প্ৰয়োজন

RaktimBy : Raktim

  |  13 Aug 2021 7:23 AM GMT

নেচনেল ইনষ্টিটিউট ফৰ স্মাৰ্ট গৱৰ্ণমেণ্টে জেষ্ঠ কনছালটেণ্ট নিযুক্তিৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই জেষ্ঠ কনছালটেণ্ট খালী পদৰ বিষয়ে অধিক জানক

পদ নাম - জেষ্ঠ কনছালটেণ্ট

নিযুক্তিৰ স্থান - সমগ্ৰ ভাৰতত।

দৰমহা-বাৰ্ষিক ১০,০০,০০০ - ২০,০০,০০০ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখ -২৪/০৮/২০২১ ।

জেষ্ঠ কনছালটেণ্ট পদৰ বাবে শিক্ষাগত অৰ্হতা:

জেষ্ঠ কনছালটেণ্ট পদৰ বাবে আবেদন জনোৱা প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ৰ বিশ্ববিদ্যালয়ৰ অধীনত BE/ B. Tech/ MCA ডিগ্ৰীধাৰী হ'ব লাগিব ।

জেষ্ঠ কনছালটেণ্ট পদৰ বাবে কেনেদৰে আবেদন জনাবঃ

আগ্ৰহী আৰু সকলো অহৰ্তাসম্পন্ন প্ৰাৰ্থীয়ে ১০ আগষ্টৰ পৰা ২৪ আগষ্ট ২০২১ তাৰিখৰ ভিতৰত অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি