Begin typing your search above and press return to search.

পোষণ অভিযান, অসমত নিযুক্তি, সমন্বয়ক, প্ৰকল্প সহযোগীৰ পদ খালী

পোষণ অভিযান, অসমত সমন্বয়ক, প্ৰকল্প সহযোগী খালী পদত নিযুক্তিৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ পাইছে।

পোষণ অভিযান, অসমত নিযুক্তি, সমন্বয়ক, প্ৰকল্প সহযোগীৰ পদ খালী

RaktimBy : Raktim

  |  13 Aug 2021 8:17 AM GMT

পোষণ অভিযান, অসমত সমন্বয়ক, প্ৰকল্প সহযোগী খালী পদত নিযুক্তিৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ পাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই চাকৰিৰ খালী পদৰ বিষয়ে অধিক জানক ।

পদৰ নাম - জিলা সমন্বয়ক

পদ – ০২টা।

দৰমহা- ৩০,০০০ টকা।

পদৰ নাম - খণ্ড সমন্বয়ক

পদ – ০৬টা

দৰমহা - ২০,০০০ টকা।

পদৰ নাম - প্ৰকল্প সহযোগী ( খণ্ড পৰ্যায় )

পদ – ০৪টা।

দৰমহা - ১৫,০০০ টকা।

বয়সৰ সীমা : ১৮ – ৪০ বছৰ।

অৱশ্যে এছ চি- এছ টিয়ে ৫বছৰ, অ বি চি/ এম অ বি চিয়ে ৩ বছৰ আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০বছৰ বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ -৩১/০৮/২০২১

অৰ্হতা:

জিলা সমন্বয়ক :

• স্নাতক ডিগ্ৰীধাৰী / কম্পিউটাৰ বিজ্ঞানত ডিপ্লোমা নতুবা আই টি।

• 2 বছৰৰ অভিজ্ঞতা এপ্লিকেচন মাইন্তাইনেন্স আৰু চাপৰ্তত।

• স্থানীয় ভাষাত লিখা আৰু পঢ়া।

• কম্পিউটাৰৰ কাম জানিব লাগিব।

• স্থানীয় প্ৰাৰ্থী হোৱাটো বাধ্যতামূলক।

খণ্ড সমন্বয়ক:

• স্নাতক ডিগ্ৰীধাৰী।

• 2 বছৰীয়া অভিজ্ঞতা টেকন'লজি আৰু চফ্টৱেৰ এপ্লিকেচন চাপৰ্টত।

• স্থানীয় ভাষাত লিখা আৰু পঢ়া জানিব লাগিব।

• স্থানীয় প্ৰাৰ্থী হোৱাটো বাধ্যতামূলক।

প্ৰকল্প সহযোগী:

•স্নাতক ডিগ্ৰীধাৰী।

• 2 বছৰৰ অভজ্ঞতা স্থানীয় চৰকাৰৰ লগত কাম কৰা।

• স্থানীয় ভাষাত লিখা আৰু পঢ়া জানিব লাগিব।

• স্থানীয় প্ৰাৰ্থী হোৱাটো বাধ্যতামূলক।

এই পদ সমূহৰ বাবে কেনেদৰে আবেদন কৰিব:

আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীসকলে ৩১ আগষ্ট ২০২১ তাৰিখৰ ভিতৰত অফলাইন যোগে আবেদন কৰিব পাৰে।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি