চিৰাঙৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পদখালী
চিৰাঙৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে ১ জন গাড়ীচালক নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

চিৰাঙৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে ১ জন গাড়ীচালক নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : গাড়ীচালক ।
পদৰ সংখ্যা : ১টা।
দৰমহা : মাহিলী ১৫,০০০ টকা ।
আবেদন গ্ৰহণৰ শেষ তাৰিখ : ১৬/৮/২০২১
ঠিকনা : চিৰাং, অসম
আবেদনৰ প্ৰক্ৰিয়া : অফলাইন
অৰ্হতা :
• ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।
• লঘু যান-বাহনৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
1. ইচ্ছুক প্ৰাৰ্থী সকলে ১৬/৮/২০২১ তাৰিখে আবেলি ৫ বজাৰ আগেয়ে যিকোনো পঞ্জীভূত ডাকৰ জৰিয়তে আবেদন পত্ৰ দাখিল কৰিব লাগিব। আবেদন প্ৰ-পত্ৰৰ লগত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, আৰু ড্ৰাইভিং লাইচেঞ্চৰ কপি গাঁথি দিব লাগিব।
2. আধৰুৱা তথা থকা আৰু ১৬/৮/২০২১ তাৰিখৰ পাছত জমা কৰা আবেদন সমূহ নাকচ কৰা হ'ব।
3. কোনো ধৰণৰ ডাকৰ পলম হোৱাৰ বাবে আবেদন গ্ৰহণকাৰী জগৰীয়া নহয়।
কাৰ্যালয়ৰ ঠিকনা : জিলা আৰু সত্ৰ ন্যায়াধীশ, চিৰাং।