Top
Begin typing your search above and press return to search.

অসমত কেন্সাৰৰ ডিজিটেল চিকিৎসা আৰম্ভ

অসমত কেন্সাৰৰ ডিজিটেল চিকিৎসা আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2018 8:30 AM GMT

অসমত কেন্সাৰৰ ডিজিটেল চিকিৎসাৰ বাবে ৰাজ্যিক কেন্সাৰ চিকিৎসালয়ত দেওবাৰে ডিজিটেল ইনফৰমেচন নাৰ্ভ চেণ্টাৰ উদ্ধোধন কৰা হয়। এই ডিজিটেল ইনফৰমেচন নাৰ্ভ চেণ্টাৰটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই উদ্ধোধন কৰে। এই চেণ্টাৰটো টাটা ট্ৰাষ্টে টাটা কনচালটেন্সি চাৰ্ভিচৰ সহযোগত স্থাপন কৰে।

Next Story