Begin typing your search above and press return to search.

অসম ক্ৰিকেট সন্থা : ক্ৰিকেট নে দুৰ্নীতি

অসম ক্ৰিকেট সন্থা : ক্ৰিকেট নে দুৰ্নীতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2018 6:19 AM GMT

অসম ক্ৰিকেট সন্থা আচলতে ক্ৰিকেট নে দুৰ্নীতি সেইতো এইসময়ত কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।বিকাশ বৰুৱাই অসম ক্ৰিকেটক কি দৰে লুটি-পুটি খাইছিল সেইকথা সকলোৰে জ্ঞাত। ভাৰতীয় ক্ৰিকেটৰ পৰা ৰাজনীতিবিদক আতৰোৱাৰ পাছতো কিন্তু দুৰ্নীতিয়ে লগ এৰা নাই সন্থাটোৰ।অসম ক্ৰিকেট সন্থাৰ সম্পাদক প্ৰদীপ বুঢ়াগোঁহাইৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ আগৰ কমিতি খনৰ বিৰুদ্ধে কোনোধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই।সন্থাটোৱে বহুত লোকৰ পৰা নগদ লোন লোৱাৰ বিপৰীতে লোকসকলক চেকত টকাসমূহ ঘুৰাই দিয়াৰ অভিযোগ উঠিছে।সম্পাদক বুঢ়াগোঁহাইয়ে এই সকলো লেনদেন আগৰ কমিতিৰ সময়ত হোৱা বুলি সদৰি কৰাৰ বিপৰিতে এতিয়া সকলো কাম নিৰপেক্ষ ভাৱে হোৱা বুলি দাবী কৰে।

Next Story
চাকৰি