Begin typing your search above and press return to search.

অহা ৭দিনলৈ বন্ধ হ'ল লাচিত নগৰৰ কস্তুৰী ৰেষ্টুৰেণ্ট

অহা ৭দিনলৈ বন্ধ হল লাচিত নগৰৰ কস্তুৰী ৰেষ্টুৰেণ্ট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:52 AM GMT

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ লাচিত নগৰস্থিত কস্তুৰী ৰেষ্টুৰেণ্ট ৭ দিনলৈ বন্ধ কৰি ৰাখিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে।জানিব পৰা মতে,ৰেষ্টুৰেণ্ট খনৰ বিৰুদ্ধে গ্ৰাহক সকলে বহুত দিনৰ পৰা বিভিন্ন অভিযোগ উত্থাপিত কৰিছিল।অভিযোগৰ পিছতে খাদ্য সুৰক্ষা বিভাগে এক অভিযান চলায়।খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে ম্যাদ ওকলা চাটু গুৰিৰ নমুনা পৰীক্ষা কৰিবলৈও নিয়ে।ইয়াৰ লগতে খাদ্যত পঁইতাচোৰা পোৱাৰ অভিযোগ তুলে শিলপুখুৰীস্থিত কুইক পিক ৰেষ্টুৰেণ্টতো। এজন গ্ৰাহকে তুলে এই অভিযোগ।গ্ৰাহকৰ অভিযোগৰ পিছতে অভিযান চলায় খাদ্য সুৰক্ষা বিভাগে।

Next Story