Begin typing your search above and press return to search.
আই আই টি গুৱাহাটীত নিযুক্তি

আই আই টি গুৱাহাটীত নিযুক্তি
পদৰ নাম - জুনিয়ৰ ৰিচ।ছ ফেল
অৰ্হতা - যি কোনো বিভাগৰ স্নাতক,বিজ্ঞানৰ স্নাতকোত্তৰ,বি টেক,বি ই।
পদ খালী- ০১
দৰমহা - ৩০.২৫০ /প্ৰতি মাহত
অভিজ্ঞতা - নবাগত
চাকৰিৰ স্থান - গুৱাহাটী
পৰীক্ষাৰ দিন- ০৭/ ১২/ ২০১৯
ঠিকনা: কনফাৰেন্স ৰুম,বি এছ বি ই, আই আই টি গুৱাহাটী
ই মেইল ঠিকনা - spkanaujia@iitg.ac.in
Detail Notification: Click Here
Also Read: এন আই টি শিলচৰত নিযুক্তি পদবীৰ নাম :জুনিয়ৰ ৰিচাৰ্চ ফেল
Next Story