Begin typing your search above and press return to search.
আক্ৰাছুৰ ৩৬ঘণ্টীয়া বন্ধৰ পৰিস্থিতি

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৱে পৃথক ভাৱে কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰনৰ দাবীত ৩৬ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।বজাৰ-সমাৰ,ব্যৱসায়ী সকলৰ আদি বন্ধ থকাৰ লগতে দূৰ-দূৰনিলৈ যোৱা কোনো যান-বাহন তথা ব্যৱসায়িক যান-বাহন,ব্যক্তিগত যান-বাহনৰ আদিৰ চলাচলো বন্ধ হৈ থাকে।বন্ধৰ ফলত কোনো এখন জিলাতে কোনো ধৰনৰ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱা নাই।
বঙাইগাঁও: আক্ৰাছুৱে আহ্বান কৰা ৩৬ঘণ্টীয়া এই অসম বন্ধত প্ৰথম দিনা খন বঙাইগাঁওতো এক শান্তিপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গল।বন্ধৰ সময়ত সকলো ধৰনৰ ব্যৱসায়িক যান-বাহন,দোকান বজাৰ আদি বন্ধ আছিল।কিন্ত বাকী শিক্ষা প্ৰতিষ্ঠান সমূহ খোলা আছিল।কোনো ধৰনৰ অশান্তিৰ পৰিৱেশৰ সৃষ্টি হোৱা নাছিল যদিও কোনো ঠাইত টায়াৰ জলোৱা দেখা গৈছিল।
Next Story