Begin typing your search above and press return to search.

আগন্তক নিৰ্বাচনৰ কাৰণে অল ইণ্ডিয়া ৰেডিঅ’ৰ এক বিশেষ অনুষ্ঠান

আগন্তক নিৰ্বাচনৰ কাৰণে অল ইণ্ডিয়া ৰেডিঅ’ৰ এক বিশেষ অনুষ্ঠান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 March 2019 8:48 AM GMT

আগন্তক নিৰ্বাচনৰ কাৰণে অল ইণ্ডিয়া ৰেডিঅ’ই লৈছে এক বিশেষ পদক্ষেপ ৷ অল ইণ্ডিয়া ৰেডিঅ’ই দৃষ্টিপাত নামেৰে এক ফ’ন ইন অনুষ্ঠানৰ আৰম্ভ কৰিব । বাতৰি পৰিবেশক মানস প্ৰতিম শৰ্মাই আঁত ধৰা এই অনুষ্ঠানটোত মুখ্য নিৰ্বাচন বিষয়াৰ লগতে অসমৰ জেষ্ঠ্য বিষয়াই অংশ ল’ব।

অনুষ্ঠানটোৰ সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অনুষ্ঠানটোৰ সময় সূচী অনুসৰি ২৫ মাৰ্চত নিশা ৮ বজাত,৩০ মাৰ্চত নিশা ৮.৩০ বজাত,৮ এপ্ৰিলত ৮.৩০ বজাত,১৬ এপ্ৰিলত ৮.৩০ বজাৰ পৰা আৰম্ভ হ’ব। ইচ্ছুক শ্ৰোতাসকলে নিৰ্বাচন সম্পৰ্কীয় ০৩৬১-২৬৬১৮৭৬,২৬৬২৩২৫,৯৪৩৫৪০৫২২ আৰু ৯৪৩৫৪০৫২২৩ নম্বৰত বিভিন্ন প্ৰশ্নসমূহ কৰিব পাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি