Begin typing your search above and press return to search.

আছাম ষ্টাৰআপ-দা নেষ্টক প্ৰসংশা ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰণ মালকাৰ

আছাম ষ্টাৰআপ-দা নেষ্টক প্ৰসংশা ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰণ মালকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2019 10:59 AM GMT

বৃহস্পতি বাৰে ইজৰাইলৰ ৰাষ্ট্ৰীদূত ডঃ ৰণ মালকায়ে আছাম ষ্টাৰআপ- দা নেষ্ট পৰিভ্ৰমণ কৰি প্ৰসংশা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত আলোচনা মিলিত হোৱাৰ পাছতে পৰিভ্ৰমণ কৰে লগতে ২০১৭ চনৰ আছাম ষ্টাৰআপ নীতি সমুহো লক্ষ্য কৰে।

ডঃ ৰণ মালকায়ে ওলমাই ৰখা চৰাই বাঁহ বোৰৰ আন্তঃগাঁথনি ভূয়সী প্ৰশংসা কৰে। তেওঁ এনে আন্তঃগাঁথনি সমুহ চাই উৎসাহিত কৰাৰ লগতে আৰু দেশত এক উন্নত পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে|

প্ৰেছ বিবৃতিত প্ৰকাশ কৰে যে অনুষ্ঠানটি আচাম ষ্টাৰআপ- দ্যা নেষ্টত অনুষ্ঠিত হয় । এই অনুষ্ঠানত কলকাতা ইন'ভেচন পাৰ্ক আই আই এম, এন্টাৰপ্ৰেনিউৰ, বিনিয়োগকাৰী, বিনিয়োগকাৰী প্ৰতিষ্ঠান যেনে এচ আই ডি বি আই আদিয়ে অংশগ্ৰহন কৰে। অনুষ্ঠানৰ সময়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰে অসমৰ উদ্যোগ, ব্যবসায়, কৃষিখণ্ড, খাদ্য , পানী আৰু চাইবাৰ চিকিউৰিটীৰ উন্নয়ন ক্ষেত্ৰত ওপৰত আলোকপাত কৰে।

ডঃ ৰণ মালকাকে লগতে প্ৰকাশ কৰে ইজৰাইলে অসমৰ ষ্টাৰআপ পৰিস্থিতিতন্ত্ৰৰ সম্ভাৱনীয়তা সমুহৰ ওপৰত পৰ্যাবেক্ষন কৰিব আৰু লগতে ইয়াৰ অনুশাংগিক বিষয় সমুহৰ ওপৰতো আলোকপাত কৰিব । অসমৰ উন্নয়নৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story