Begin typing your search above and press return to search.
আজি অসম চৰকাৰে মুকলি কৰিব ২০ জন কয়দীক

গান্ধী জয়ন্তীৰ উপলক্ষে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন অসম চৰকাৰে ২০ জন কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।জাতীৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ পদক্ষেপক আদৰনি জনাইছে বিভিন্ন পক্ষই।
গোলাঘাট আৰু ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সৰ্বাধিক পাঁচ জন, ধেমাজীৰ চাৰি জন, তিনিচুকীয়াৰ দুজন আৰু যোৰহাট, বৰপেটা, তেজপুৰ আৰু নগাঁৱৰ কাৰাগাৰৰ পৰা এজনকৈ কয়দী মুকলি কৰিব বুলি জানিব পৰা গৈছে।
Next Story