Top
Begin typing your search above and press return to search.

আজি বিয়লি ৭বাজি ১০ মিনিটত স্বৰ্ণকন্যা হিমা দাস নামিব অগ্নিপৰীক্ষাত

আজি বিয়লি ৭বাজি ১০ মিনিটত স্বৰ্ণকন্যা হিমা দাস নামিব অগ্নিপৰীক্ষাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2018 8:30 AM GMT

৪০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ কৰা হিমা দাসে স্বৰ্ণজয়ৰ লক্ষ্যৰে আজি এছিয়ান গেমছত অৱতীৰ্ণ হ’ব । আজি সন্ধিয়া ৭বাজি ১০ মিনিটত প্ৰতিপক্ষৰ বিৰুদ্ধে যুঁজত নামিব অসম গৌৰৱ হিমা দাসে। এছিয়াৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহত ধিং এক্সপ্ৰেছখ্যাত হিমাই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তত উৎকণ্ঠিত হৈ পৰিছে প্ৰতিজন ভাৰতীয়ই।হিমা দাস প্ৰথম গৰাকী ভাৰতীয় মহিলা যিয়ে বিশ্ব জুনিয়ৰ এথেলটিকচ(World Junior Athletics Championships in 2018)ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Next Story