Begin typing your search above and press return to search.
আমগুৰিত ২০টাকৈ জাতীয় দল সংগঠনৰ নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ

শিৱসাগৰ জিলাৰ আমগুৰিৰ অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিঙত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৪৮ ঘণ্টীয়া অৱৰোধ কাৰ্য্যসুচী ৰূপায়ন কৰে ২০ টা জাতীয় সংগঠনে।অসমৰ মাটিত নগাৰ আগ্ৰাসন,সুচী অসম সীমান্তৰ আমগুৰি সমষ্টিৰ এলেকাত নিৰ্মাণ কৰিবলৈ লোৱা পূৰ্বৰ স্থানতে বিঅপি স্থাপন কৰা, অসমৰ মাটিত থকা নগালেণ্ড চেকগেট উচ্ছেদ কৰিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ৰাজ্য চৰকাৰক দাবী জনাই ২০ টা সংগঠনে।
Next Story