চাৰ্বিয়াৰ টেনিচ তাৰকা নভাক জ'কভিকে বছৰৰ অন্তিম খন গ্ৰেণ্ডশ্লাম আমেৰিকান অপেনৰ খিতাপ দখল কৰিছে।৩১ বছৰীয়া জ'কভিকে ফাইনেলত আৰ্জেন্টিনাৰ জুৱান ডেল পেট্ৰক ৬-৩, ৭-৬, ৬-৩ ব্যৱধানত পৰাস্ত কৰে।চাৰ্বিয়াৰ খেলুৱৈ গৰাকীয়ে তৃতীয় বাৰৰ বাবে আমেৰিকান অপেনৰ খিতাপ দখল কৰি সামগ্ৰিক ভাৱে ১৪ টা গ্ৰেণ্ডশ্লাম খিতাপেৰে আমেৰিকাৰ কিম্বদন্তী খেলুৱৈ পিট ছাপ্ৰাচক স্পৰ্শ কৰে।এতিয়া জ'কভিকৰ আগত মাত্ৰ ২০ টা গ্ৰেণ্ডশ্লামেৰে ৰজাৰ ফেডেৰাৰ আৰু ১৭ টা গ্ৰেণ্ডশ্লামেৰে ৰাফেল নাডাল আগত আছে।
Begin typing your search above and press return to search.