Begin typing your search above and press return to search.

আয়ূশ শৰ্মাৰ জন্মদিন উপলক্ষে চলমানৰ লগতে উপস্থিত থাকিল বলীউডৰ বহু কেইগৰাকী তাৰকা;ফটো

আয়ূশ শৰ্মাৰ জন্মদিন উপলক্ষে চলমানৰ লগতে উপস্থিত থাকিল বলীউডৰ বহু কেইগৰাকী তাৰকা;ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 1:14 PM GMT

'লাভ-য়াত্ৰি'ৰ হিৰ তথা চলমানৰ ভনী জোৱাঁই আয়ূশ শৰ্মাৰ জন্মদিনত উপস্থিত থাকে বলীউড চুপাৰষ্টাৰ চলমান খান । চলমানৰ সৈতে গুজৱ উলিওৱা প্ৰেয়সী লুলিয়াও উপস্থিত থাকে । সমস্ত খান পৰিয়ালৰ সদস্য; আৰৱাজ আৰু আৰৱাজৰ প্ৰেয়সী জৰ্জিয়া আদৰিয়ানি,চোহেল খান-পত্নী সীমা আয়ীশৰ জন্মদিনত উপস্থিত থাকে ।

ইয়াৰোপৰি বলীউডৰ বিভিন্ন তাৰকা সকল যেনে; কৰিশ্মা কাপুৰ,অমৃতা আৰোৰা,বৰুন ধাৱন,শিল্পা চেত্তী,সোনাক্ষী সিনহা,কিয়াৰা আদৱানী,কাৰ্ত্তিক আৰয়ান,ৱাৰিনা হুছেইন,অনিল কাপুৰ,দিয়া মিৰ্জা আৰু জেকলিন ফাৰ্ণ্ডাইজ,নেহা ধূপীয়াও উপস্থিত থাকে অংগদ বেদীৰ সৈতে ।

আনহাতে,সোনাক্ষী সিনহা বগা ৰঙৰ কাপোৰ পৰিধান কৰি আয়ূশক অভিনন্দন জনাবলৈ উপস্থিত হোৱাৰ লগতে জেকলিনে পিন্ধে ডাঠ ৰঙা ৰঙৰ সাজ । তলট ফটো প্ৰকাশ কৰা হ'ল……………

Next Story
চাকৰি