যোৱা বুধবাৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কেন্দ্ৰীয় লোকসেৱা আয়োগ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হোৱা অতি দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰীক আৰ্থিক বৰঙনি আগবঢ়াই।বিধায়ক গৰাকীয়ে ছাত্ৰী দেৱলক্ষ্মী বৰাৰ ঘৰ ঢেকিয়াল আধালীচুকলৈ গৈ পৰৱৰ্ত্তী দিল্লীত অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ৬২,৫০০লাখ টকাৰ চেক প্ৰদান কৰে।বিধায়ক গৰাকীয়ে নিজ দৰমহাৰ ৫০শতাংশ ছাত্ৰী গৰাকীক প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে।
Begin typing your search above and press return to search.