Begin typing your search above and press return to search.

ইতিহাস গঢ়ি স্বৰ্ণ জয় হিমাৰ

ইতিহাস গঢ়ি স্বৰ্ণ জয় হিমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 July 2018 6:48 AM GMT

বিশ্ব ২০ বছৰ অনূৰ্ধ এথেলেটিকচ চেম্পিয়নশ্বিপত ইতিহাস ৰচি ভাৰত তথা অসমৰ সন্তান হিমা দাসে ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয়।হিমা ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে উক্ত প্ৰতিযোগিতাখনত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।১৮ বছৰীয়া দৌৰবিদ গৰাকীয়ে ৫১.৪৬ চেকেণ্ডত ৰেচ সমাপ্ত কৰিবলৈ সক্ষম হয়।ইয়াৰ আগতে পুৰুষ শাখাত ২০১৬ চনত নিৰজ চোপ্ৰাই জেবলিংত সোন জয় কৰিবলৈ সক্ষম হৈছিল।ৰোমাৰিয়াৰ আন্ডিয়া মিকলচে দ্বিতীয় আৰু আমেৰিকাৰ টেইলৰ মানচনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

[embed]https://www.youtube.com/watch?v=K5fyv6swgxA[/embed]

Video Courtesy: YouTube

Next Story