বলীউডৰ শ্বাহৰুখ খান,শিল্পা চেত্তী পৰা আদি কৰি প্ৰায় সকলোৱে আয়োজন কৰিছে দিপাৱলীৰ অনুষ্ঠান(পাৰ্টী) । ব্যতিক্ৰম হৈ নাথাকিকে প্ৰযোজক মুলত ধাৰাবাহিক প্ৰযোজক একতা কাপুৰ
বহুতো বলীউড আৰু সৰু পৰ্দাৰ তাৰকা সকল উপস্থিত থাকিল এই অনুষ্ঠানত,,,কৰন জহৰ,আৰৱাজ খান,জৰ্জিয়া এনড্ৰিয়ানি,নেহা ধূপীয়া,অংগদ বেদী,নিতেশ তিৱাৰী,মোনি ৰয়,তুষাৰ কাপুৰ,মনিষ মলহোত্ৰা,শিল্পা চেত্তী-ৰাজ কুন্দ্ৰা,দিব্যাংকা ত্ৰিপাঠী আদি বহুতো। তলত ফটো প্ৰকাশ কৰা হ'ল…………
অন্য খবৰৰ বাবে ক্লিক কৰক: শিল্পা চেত্তীয়ে আয়োজন কৰা দিপাৱলীৰ অনুষ্ঠানত নামী-দামী তাৰকা সকলৰ আগমন;ফটো