Begin typing your search above and press return to search.

এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ নামত বেংগলীভাষী লোকক লক্ষ্য কৰি লোৱা হৈছে : মমতা বেনাৰ্জী

এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ নামত বেংগলীভাষী লোকক লক্ষ্য কৰি লোৱা হৈছে : মমতা বেনাৰ্জী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2018 12:04 PM GMT

খিলঞ্জীয়া ৰক্ষা কবচ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰায় তিনিবছৰৰ অন্তত কল্পনা-জল্পনাৰ অন্ত পেলাই অসম চৰকাৰে প্ৰকাশ কৰিছে।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছে।প্ৰায় সকলোৱে এনআৰচি প্ৰকাশৰ পাছত স্বাগতম জনোৱাৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰছৰ সচিব মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে এনআৰচি নামত চৰকাৰখনে বেংগলীভাষী জনতাক বলিৰ পঠা সজাইছে,তেওঁলোকক লক্ষ্য কৰি লৈছে।এয়া এক অমানৱীয় কাৰ্য্য-কলাপ,অসমত কেৱল বেংগলীভাষী লোকেই নাই,বেলেগ লোকসকলৰতো কোনোধৰনৰ অসুবিধা কৰা নাই,কেৱল বেংগলীভাষী লোকসকলক এনআৰচি নামত হাৰাশাস্তি কৰা হৈছে।

Next Story
চাকৰি