মোহময়ী অভিনেত্ৰী তথা এক সময়ৰ মিছ ৱৰ্ল্ড ঐশ্বৰ্য্য ৰায়ৰ সুন্দৰতাই যেন এক পৰিচয়।এই সুন্দৰ নাৰী গৰাকী সকলোৰে বাবে যেন হাৰ্টথ্ৰব। বৰ্তমান ঐশ্বৰ্য্য ব্যস্ত আছে এক ফটোশ্বটৰ সৈতে। "ব্ৰাইটচ টুডে" নামৰ আলোচনী খনৰ সৈতে ঐশ্বৰ্য্য ৰায়ৰ নতুন ফটোশ্বট'।পেৰিচত কৰা হৈছে এই নতুন ফটোশ্বট'।
Begin typing your search above and press return to search.