Begin typing your search above and press return to search.

কম মুল্যত সৌন্দৰ্য্য চৰ্চা

কম মুল্যত সৌন্দৰ্য্য চৰ্চা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jun 2018 1:36 PM GMT

মহিলা সকল; গৰমৰ দিন যিহেতু, সেয়ে এই গৰমত নিজৰ ছালৰ প্ৰতি যত্ন লওক।এই গৰমতে মিহি ছালৰ যত্ন লওক অতি কম বাজেটত। সেইবাবে লৈ অনা হৈছে কম মুল্যত অতি সুন্দৰ প্ৰডাক্ট ।

ক'ত কিনিব?

১.আপোনাৰ ছালৰ যত্ন লওক নিউট্ৰজেনা আলট্ৰাশ্ৰী ড্ৰাই-এছপিএফ ৫০+ চানবল্ক,৮৮মিঃ

নিউট্ৰজেনা আলট্ৰাশ্ৰী ড্ৰাই-এছপিএফ ৫০+ চানবল্কে ডাৰ্মেটলজিষ্ট টেষ্টেড ফৰ্মুলাৰ হেলিঅপলেক্স টেক্ন'লজি আছে লগতে ইউ ভিৰ পৰা সুৰক্ষা দিয়ে ছালক।

২.গ্লোৰ সৈতে লটাছ হাৰবল হোৱাইট গ্লো ছাল আৰু উজ্জ্বলতা জেল ক্ৰীম এচপিএফ-২৫, ৬০গ্ৰাম

গ্লোৰ সৈতে লটাছ হাৰবল হোৱাইট গ্লো ছাল আৰু উজ্জ্বলতা জেল ক্ৰীম এচপিএফ-২৫ ধুলি-বালিয়ে মুখৰ ক্ষতি কৰা অংশক সুন্দৰ আৰু চাফা কৰি তোলাত সহায় কৰে।

৩.সকলো ছালৰ বাবে ট'ন ফ্ৰিৰ সৈতে বায়'টিক বায় পাপায়া স্ক্ৰাৱ ৭৫জি

মৰা ছালৰ পৰা মুখ খনক বচাই ৰাখিবলৈ স্ক্ৰাৱ ব্যৱহাৰ কৰক অতি কম মুল্যতে।বায়'টিক বায় পাপায়া স্ক্ৰাৱে মৰা ছালবোৰ আতঁৰাই ছাল মিহি কৰি তুলে।

৪.ছালৰ দাগ ৰোধ কৰাত সহায় কৰে বায় অইল স্পেচিয়েল ৬০এম এল

ছালৰ থকা যিকোনো দাগ আতঁৰাবলৈ ব্যৱহাৰ কৰক বায় অইল ৬০এমএল

৫.লেকমি এবচলউট পাৰফেক্ট ৰেডিয়েঞ্চ স্ক্ৰীণ লাইটিং ফেয়াৰনেছ দে'ই ক্ৰীম ৫০জি

লেকমি এবচলউট পাৰফেক্ট ৰেডিয়েঞ্চ স্ক্ৰীণ লাইটিং ফেয়াৰনেছ দে'ই ক্ৰীম ৫০জি ক্ৰীমে ছাল নিমজ আৰু কোমল কৰাৰ লগতে উজ্জলতা আৰু সূৰ্য্যৰ পোহৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

Next Story
চাকৰি