Begin typing your search above and press return to search.

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী নাগৰিকৰ বাবে আশ্বয় শিবিৰৰ অনুমোদন

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী নাগৰিকৰ বাবে আশ্বয় শিবিৰৰ অনুমোদন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2018 1:40 PM GMT

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী নাগৰিক সকলৰ বাবে আশ্বয় শিবিৰৰ ব্যৱস্থা কৰিবৰ বাবে অনুমোদন প্ৰদান কৰিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে একো চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব।গৃহমন্ত্ৰীজনে লগতে কয় যে এনআৰচিৰ সম্পূৰ্ণ কাম অতি সচ্চ আৰু নিকাভাৱে সম্পন্ন হৈছে।অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব এল এছ চাংচেনে কয় যে প্ৰথমে প্ৰায় ৩৫০০ জন লোক থাকিব পৰা আশ্বয় শিবিৰত ১০০০ জন কৰ্মচাৰীয়ে চোৱাচিতা কৰিব।

Next Story
চাকৰি