Begin typing your search above and press return to search.

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন জেষ্ঠ্য চৰকাৰী বিষয়াৰ

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন জেষ্ঠ্য চৰকাৰী বিষয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 May 2019 6:37 AM GMT

গুৱাহাটী উন্নয়ন বিভাগৰ মুখ্য সচিব মনিন্দৰ সিঙৰ লগত কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগু,জিএমচি, জিএমডিএ,ডিডিএমএ,জিএমচি,জিএমডিএ,এনএইচডিএ আৰু পিডব্লিউডিৰ অন্যান্য বিষয়াসকলৰ নেতৃত্বত জেষ্ঠ্য চৰকাৰী বিষয়াসকলৰ এটা দলে গুৱাহাটী মহানগৰীৰ বানৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ ক্ষেত্ৰত এক সমীক্ষা কৰে ৷

এক সংবাদবাদ বিবৃতি অনুসৰি শনিবাৰে উচ্চ স্তৰীয় এই দলটোৱে খানাপাৰা,ভিআইপি ৰোড,সাতগাঁও,নাৰেংগী,বন্দা,আদি ঠাইসমূহ পৰিদৰ্শন কৰে ৷ আৰু বিভাগসমূহক নিৰ্দেশ দিয়ে যে তেওঁলোকে বান পানীয়ে প্ৰভাৱিত থকা অঞ্চলসমূহৰ ক্ষেত্ৰত পদক্ষেপ লয় । আৰু গুৱাহাটীত থকা বিভিন্ন নলা নৰ্দমাসমূহ নিস্কাষণ কৰা আৰু চহৰখনক কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ কৰিবলৈ এক দীৰ্ঘকালীন আঁচনি তৈয়াৰ কৰাৰ কথাও উল্লেখ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি