আজিৰে পৰা আৰম্ভ হ'ল বিদ্যালয়–মহাবিদ্যালয়ত নতুন পাঠদান।কটন,বিবৰুৱা,সন্দিকৈ মহাবিদ্যালয়ৰ চৌহদত ভৰি পৰিছে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰে।এই সময়ছোৱাতে এইবাৰো মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৰেগিঙৰ বিৰুদ্ধে সজাগতামূলক এক নাটৰ প্ৰদৰ্শন কৰা হয়। ‘ৰেগিং এক সামাজিক ব্যাধি’, ‘ৰেগিং বন্ধ কৰক’ শ্লোগানেৰে বাটৰ নাট প্ৰদৰ্শন কৰে একাংশ ছাত্ৰ–ছাত্ৰীয়ে।
Begin typing your search above and press return to search.