সাপেখাতী টাউনৰ সাপেখাতী ৰেলৱে ষ্টেচনৰ কেণ্টিনৰ স্বত্তাধিকাৰ সঞ্জীৱ নাৰায়ন দে'(৪৫)নামৰ এজন স্থানীয় ব্যৱসায়ীৰ যোৱা মঙলবাৰে জাপানিজ এনকেফেলাইটিচৰ ফলত মৃত্যু হয়।সঞ্জীৱ নাৰায়ন ব্যক্তি গৰাকী কেইবাদিন ধৰি জ্বৰত ভুগি আছিল আৰু পৰৱৰ্ত্তী চিকিৎসাৰ সময়তহে ধৰা পৰে তেওঁৰ বেমাৰৰ বিষয়ে।চিকিৎসা কৰোৱা হৈছিল যদিও ব্যক্তি গৰাকীৰ মৃত্যু হয়।সঞ্জীৱ নাৰায়নে তেওঁ মাতৃ,পত্নী আৰু দুগৰাকীকৈ কন্যাক এৰি থৈ যায়।
Begin typing your search above and press return to search.