উদালগুৰিৰ বেহাৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী বল্ক বিভাগৰ বগৰীবাৰী গাওঁৰ বাট-পথৰ অৱস্থা অতি শোচনীয়।কৰ্তৃপক্ষৰ কাম বিফল হোৱাৰ পিছত ৰাইজে নিজাববীয়াকৈ এক ব্যতিক্ৰমী ব্যৱস্থা হাতত লৈছে।স্থানীয় ব্যক্তি ধনঞ্জয় ৰামচিয়াঁৰী নামৰ ব্যক্তি এজনে জনোৱা অনুসৰি,যোৱা সপ্তাহত হোৱা বৰষুনৰ পিছত পথৰ অৱস্থা অতি বেয়াৰ পিনে ঢ়াল খায় যাৰ ফলত গাওঁবাসীয়ে সেই পথৰ বাবে কঠিন সমস্যাৰ সন্মুখীন হ'বলগা হৈছে।সেয়ে উক্ত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা সোমবাৰে ৰাইজে অতি সোনকালো এক উচিত ব্যৱস্থা তথা পথটিৰ নিৰ্মানৰ বাবে কৰ্তৃপক্ষক দাবী কৰে।
Begin typing your search above and press return to search.