Begin typing your search above and press return to search.

টুইটাৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগত " চকীদাৰ " উপসৰ্গ ব্যৱহাৰ

টুইটাৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগত  চকীদাৰ  উপসৰ্গ ব্যৱহাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 March 2019 6:52 AM GMT

টুইটাৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগত " চকীদাৰ " উপসৰ্গ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে| প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ একাউণ্টত নামৰ আগত "চকীদাৰ" উপসৰ্গ ব্যবহাৰ কৰাৰ পাছতে দেশজুৰি চৰ্চা লাভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে টুইটাৰত " চকীদাৰ অমিত শ্বাহ" বুলি লিখে । দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে টুইটাৰত "চকীদাৰ সৰ্বানন্দ সোনোৱাল " আৰু " চকীদাৰ হিমন্ত বিশ্ব শৰ্মা" বুলি সলনি কৰা দেখা গৈছে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি