Begin typing your search above and press return to search.
ডিমা হাছাওত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ

যোৱা সোমবাৰে অসমৰ ঐতিহাসিক এনআৰচি প্ৰকাশ পালে।অসমৰ ডিমা হাছাওৰ ২৮টা এনআৰচি সেৱা কেন্দ্ৰত প্ৰকাশ পালে এনআৰচিৰ সম্পূৰ্ণ খচৰা।পুৱা১০বজাত কঠোৰ সুৰক্ষা ব্যৱস্থাত হাফলংতো প্ৰকাশ পায় এনআৰচিৰ খচৰা।১৪৪ধাৰা জাৰি কৰা হৈছিল যদিও অতি শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছিল ডিমা হাছাওত। প্ৰায় ২,০৮,০০০লাখ লোকে এনআৰচিৰ বাবে আৱেদন জনাইছিল কিন্তু তাৰে ভিতৰত কিমান লোকৰ নাম বাদ পৰিছে সেই সম্পৰ্কে কোনো সঠিক তথ্য এনআৰচিৰ কৰ্তৃপক্ষই এতিয়ালৈ জনাব পৰা নাই।
Next Story