ৰাজ্যিক বাতৰি

তেজপুৰত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ বিজয়

pallav
File Photo

তেজপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক প্ৰতিহত কৰিবলৈ সক্ষম হয়। পল্লব লোচন দাসে মুঠ ৪,৪৫,৭৯৬ ভোট লাভ কৰাৰ বিপৰীতে এম জি ভি কে ভানুয়ে লাভ কৰে ২,৬৮,০৬০ ভোট ।

 

অন্য খবৰৰ বাবে পঢ়ক  :  ৰাজ্যিক বাতৰি