Top
Begin typing your search above and press return to search.

তেলেংগানা বিধানসভা নিৰ্বাচন-২০১৮ Live Update

তেলেংগানা বিধানসভা নিৰ্বাচন-২০১৮ Live Update

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 8:59 AM GMT

তেলেংগানা বিধানসভা নিৰ্বাচন-২০১৮ Live Update

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্যমতে সামগ্ৰিক ফলাফল- টিআৰএচে ১ খন আসনত জয়ী হৈছে আৰু ৮৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে ২ খন আসনত অগ্ৰগতি লাভ কৰি আছে, কংগ্ৰেছে ২১ খন আসনত অগ্ৰগতি লাভ কৰি আছে, টিডিপিয়ে ২ খন আসনত অগ্ৰগতি লাভ কৰি আছে, এআইএমআইএময়ে ৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু অন্যান্য দল সমূহে ১ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story