Begin typing your search above and press return to search.

দুবাৰকৈ জন্মদিন পালন কৰিলে সঞ্জয় দত্তৰ টুইনচ শ্বাহৰান আৰু ইকাৰাৰ; ডুবাইৰ ফটো

দুবাৰকৈ জন্মদিন পালন কৰিলে সঞ্জয় দত্তৰ টুইনচ শ্বাহৰান আৰু ইকাৰাৰ; ডুবাইৰ ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2018 11:13 AM GMT

সঞ্জয় দত্ত আৰু পত্নী মান্যতাই বন্ধৰ দিনত জন্মদিন পালন কৰিলে ডুবাইত । মান্যতা আৰু সঞ্জয় দত্তই চ'চিয়েল মিডিয়াৰ যোগেদি জন্মদিন পালন কৰাৰ কিছু সুন্দৰ ফটো কেইখন মান প্ৰকাশ কৰিছে । তেওঁলোকৰ সোনকালে বাঢ়ি অহা যমজ সন্তান শ্বাহৰান আৰু ইকাৰাৰ ৮বছৰৰ জন্মদিন পালন কৰিলে দম্পত্তী হালে । গ্ৰেণ্ড অৰ্থাৎ অতি উলহ-মালহৰে নিজৰ অন্তৰংগ বন্ধুবৰ্গৰ সৈতে জন্মদিন পালন কৰিলে সঞ্জয় আৰু মান্যতাই ।

কন্যা ইকাৰাৰ জন্মদিনৰ কেকটি দেখাত এটি পুতলা সদৃশ আৰু পুত্ৰ শ্বাহৰানৰ কেকটি খেলা তথা গেম বেটেল ৰয়েলৰ দৰে । ইয়াৰোপৰি সঞ্জয় দত্তই ইনষ্টাৰ জৰিয়তে প্ৰকাশ কৰা ফটোত লিখিছে ঠিক এইদৰে,"May God bless you two with a lifetime of love and happiness! Happy Birthday my babies."

https://www.instagram.com/p/BpPk_UYnHm3/?utm_source=ig_embed

https://www.instagram.com/p/BpMOeYPj77V/?utm_source=ig_embed

https://www.instagram.com/p/BpRP9i1gjxj/?utm_source=ig_embed

https://www.instagram.com/p/BpOX4XCFcFJ/?utm_source=ig_embed

Next Story