দুমাহ পূৰ্বে শিৱসাগৰ জিলাৰ পিছপৰা অঞ্চল এটাৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ লগত সংঘটিত হোৱা নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে যোৱা দেওবাৰে ৫জনকৈ অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰে।তথ্যানুসৰি,ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰা অনুসৰি,শিৱসাগৰ আতক্ষীয়ে যোৱা দেওবাৰে শিৱসাগৰ সদৰ থানাত ৫গৰাকী অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰে।দুমাহ পূৰ্বে সংঘটিত হোৱা এই ঘটনাটোকলৈ সেই ঠাইৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰে আৰু অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰে।কিন্তু কিছু ৰাজনৈতিক দলৰ প্ৰভাৱ তথা হেচাঁ প্ৰয়োগৰ ফলত আৰক্ষীয়ে ঘটনাটিৰ তদন্ত বন্ধ কৰে কিন্তু পৰৱৰ্ত্তী সময়ত কিছু সামাজিক সংগঠনে হেচাঁ প্ৰয়োগ কৰাৰ পিছত আৰক্ষীয়ে অভিযোগকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।
Begin typing your search above and press return to search.