নেশ্যনেল হেল্থ চিষ্টেম ৰিচোৰ্চ চেন্টাৰত চিনিয়ৰ কনচালটেন্টৰ পদ খালী
পদৰ নামঃ চিনিয়ৰ কনছালটেন্ট
যোগ্যতাঃ MSW,MA
খালী হৈ থকা পদৰ সংখ্যাঃ ০১
দৰমহাঃ প্ৰতি মাহে ৯৯,০০০ৰ পৰা ১,৪৩,০০০ টকালৈ
অভিজ্ঞতাঃ ৫-১০ বছৰ
আবেদনৰ অন্তিম দিনঃ ০২/০৬/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক