Begin typing your search above and press return to search.

'পাটাখা' ছং হেল্ল হেল্ল: মালাইকা আৰোৰাৰ অভূতপূৰ্ব নৃত্য

পাটাখা ছং হেল্ল হেল্ল: মালাইকা আৰোৰাৰ অভূতপূৰ্ব নৃত্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2018 8:20 AM GMT

পাটাখা ছবিৰ আইটেম চংত মুন্নী তথা বলীউদৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰাৰ অভূতপূৰ্ব নৃত্যই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে।হেল্ল হেল্ল আইটেম গানটিত অতি সুন্দৰ ভাৱে নৃত্য প্ৰদৰ্শন কৰিছে মালাইকাই।এটা সময়ৰ মুন্নী বদনাম গীতটোৱে বলীউদত যিদৰে খলকনিৰ সৃষ্টি কৰিছিল ঠিক তেনেদৰে এইবাৰৰ পাটাখা ছবিৰ এই আইটেম ছবিৰ গীতটোৱেও অধিক জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰা হৈছে।

'হেল্ল-হেল্ল' গীতটো লিখিছে গুলজাৰ আৰু কণ্ঠ দিছে ৰেখা ভৰদ্বাজৰ সৈতে মিউজিক কৰিছে বিশাল ভৰদ্বাজে।

Pataakha Movie Poster

"পাটাখা" নতুনকৈ আহিবলগীয়া ইণ্ডিয়ান হিন্দী-কমেডী তথা হাস্যাত্মক-ড্ৰামা ছবি।নিৰ্দেশক বিশাল ভৰদ্বাজ।ছবি খনৰ অভিনয়ত আছে চানায়া মলহোত্ৰা,ৰাধিকা মদন,সুনিল গৰ্ভৰ,শশান্দ বৰ্মা আৰু বিজয় ৰাজ। দুজনী ভনীয়েকৰ জীৱনৰ ওপৰত আধাৰিত কৰি নিৰ্মান কৰা হৈছে "পাটাখা"।চলিত মাহৰ ২৮ছেপ্তেম্বৰত মুক্তি পাব ছবি খনে।

Next Story
চাকৰি