পাটাখা ছবি খনৰ ৫দিনৰ বক্স অফিচ কালেক্টচন

বিশাল ভৰদ্ধাজৰ ছবি দংগল ছবিৰ চানায়া মলহোত্ৰা আৰু সৰু পৰ্দাৰ অভিনেত্ৰী ৰাধিকা মদানৰ অভিনীত 'পাটাখা' ছবি ইতিমধ্যে মুক্তি পাইছে ।২৮ ছেপ্তেম্বৰত মুক্তি হোৱা ছবি খন প্ৰথম দিনাৰ পৰা গান্ধী জয়ন্তীলৈ দৰ্শকৰ পৰা বহু খিনি আদৰ লাভ কৰিবলৈ সক্ষম হৈছে । মঙলবাৰৰ দিনটোত মুঠ ১.৫৬কোটি টকা ক্ৰয় কৰিবলৈ সক্ষম হৈছে ।
https://twitter.com/taran_adarsh/status/1047371101087494144?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1047371101087494144&ref_url=https://www.bollywoodlife.com/news-gossip/pataakha-box-office-collection-day-5-sanya-malhotra-radhika-madans-film-shows-decent-growth-total-business-stands-at-rs-6-55-crore/
ছবি খনে তৃতীয় দিনাখন ৪.০৫ কোটি টকা ক্ৰয় কৰিবলৈ সক্ষম হয় । ছবি খনৰ সকলো সদস্য তথা চানায়া,ৰাধিকা আৰু সুনিল গ্ৰভৰৰ সুন্দৰ অভিনয়ে ছবি খনক আৰু উচ্চ পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে । অনাগত সময়ত ছবি খনে কিমান দূৰ বক্স অফিচত সফলতা লাভ কৰিব পাৰে সেয়াহে অতি গুৰুত্বপূৰ্ন ।
https://twitter.com/taran_adarsh/status/1046671866725691392?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046671866725691392&ref_url=https://www.bollywoodlife.com/news-gossip/pataakha-box-office-collection-day-3-sanya-malhotra-radhika-madans-film-has-a-decent-opening-weekend-earns-rs-4-05-crore/