অসম চৰকাৰে গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে প্ৰদীপ হালৈক নিযুক্তি দিছে।বৰ্তমানৰ আয়ুক্ত হিৰেন চন্দ্ৰ নাথক অসম আৰক্ষীৰ বিশেষ শাখাৰ আয়ুক্ত হিচাপে বদলি কৰিছে।১৯৯৯ বেষ্টৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া জ্যেষ্ঠ বিষয়া প্ৰদীপ হালৈ ২০০৯ চনত গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল।হিৰেন চন্দ্ৰ নাথে এতিয়া মুকেশ আগৰৱালৰ পৰা দায়িত্ব গ্ৰহন কৰিব।
Begin typing your search above and press return to search.